NEW!Assamese Video StatusInstall

শুভ ৰাতিপুৱা শুভেচ্ছা বাণী । Assamese good morning image || Good morning quotes in assamese

Android Developer in Assam

assamese good morning image



good morning quotes in assamese


জোনটি ওলালে তৰাটি ওলাব সু-সংবাদৰ বতৰা লৈ ।
এটি সুন্দৰ দিনৰ কামনাৰে আপোনাৰ লগতে আপোনাৰ ঘৰৰ সদৌটি লৈকে মই মোৰ ফালৰ পৰা সুভাষীস যাচিলো, যাতে আজিৰ এই দিনটো হাঁহি-ধেমালিৰে ভৰি পৰক ।


assamese good morning shayari

শুভ ৰাতিপুৱা শুভেচ্ছা বাণী । Assamese good morning image, Good morning quotes in assamese

*"বন্ধুত্ব"* মাথোঁ এটি শব্দ নহয়,
মাথোঁ এটি সম্পৰ্ক নহয় ।
*ই এটা নিৰৱ প্ৰতিশ্ৰুতি -*
"মই আছিলোঁ, মই আছোঁ, মই থাকিম ।"

       _দিনটো শুভ হোৱাৰ কামনাৰে_
              🙏 *সুপ্ৰভাত* 🙏


_"আশাই আপনাক কেতিয়াও এৰি নাযায় বৰঞ্চ আপুনিহে সময়ে সময়ে আশাক বাদ দিয়ে, আশাবোৰ জীৱনৰ প্ৰেৰণা লগতে আশাই জীৱনলৈ সজীৱতা আনে ।"_
         🙏🙏 _*সুপ্ৰভাত*_ 🙏🙏

Assamese good morning image download


assamese good morning image download

Assamese good morning sms


_"গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰে বুকুত সাহস বান্ধি অাগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ।"_
                            _~ ভূপেন হাজৰিকা_
          🙏🙏 _*সুপ্ৰভাত*_ 🙏🙏



good morning in assamese language

_এজন মানুহৰ জীৱনত কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে নিজকে নিজে জন্ম দিব পৰাটো ; অৰ্থাৎ নিজৰ সকলো সম্ভাৱনাক যথোপযুক্তভাৱে কামত খটুৱাই নিজকে গঢ় দিব পৰাটো । এই কষ্টসাধ্য কামৰ ফলাফল হ'ল —_
_ব্যক্তিত্ব ।_
                🙏 *সুপ্ৰভাত* 🙏
     💐💐💐💐💐💐💐💐💐
                                               🌚@@🌚

assamese good morning message


_স্মৃতিৰ মণিকোঠাৰ পৰা অংকন কৰা ছবিখনহে প্ৰকৃত ছবি । এই ছবিত অন্তৰ্নিহিত হৈ থাকে আমাৰ চিন্তা, আৱেগ-অনুভূতি আৰু সুখ-দুখ । এই ছবিৰ জৰিয়তে সহস্ৰজনৰ চকুত, সহস্ৰজনৰ হৃদয়ত আমাৰ আত্মাই ঠাই পায় ।_
             
                 🙏  *সুপ্ৰভাত*  🙏
      💐💐💐💐💐💐💐💐💐

assamese good morning status for facebook

    *মানুহৰ সঠিক জীৱন-যাপন নিৰ্ভৰ কৰে তিনিটা মহৎ গুণৰ ওপৰত যিয়ে মানুহক সৰ্বশক্তিমান কৰি তুলে ৷ সেই তিনিটা গুণ হৈছে - আত্মসন্মান , আত্মজ্ঞান আৰু আত্মনিয়ন্ত্ৰণ ৷৷৷*

*🌹🌹🌹🌹সুপ্ৰভাত🌹🌹🌹*
*🌹আপোনাৰ দিনটো শুভ হওঁক🌹🌹*

assamese good morning shayari for whatsapp

এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত  বা এটা চকু বেছিকৈ আছে, তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰদ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে।
                🙏 **সুপ্ৰভাত**  🙏

good morning assamese shayari

সুপ্ৰভাত । সুন্দৰ দিন এটাৰ কামনাৰে সকলোলৈকে পুৱাৰ শুভকামনা জনালোঁ ।।

সকলোৰে আজিৰ দিনটো সুন্দৰ হোৱাৰ আশাৰে সুপ্ৰভাত জনালো।

চকুৱে বিচাৰি ফুৰে, তোমাকে চাবলে
বুকুৱে বিচাৰি ফুৰে, মৰম যাচিবলে
পাৰ ভঙা মৰমতে, বিচাৰো আবেগতে
মনৰঙা ফাগুনতে তুমি, যে আতৰতে 😍😍❣😘😘
*সু প্ৰভাত*☕☕


শুভ ৰাতিপুৱা sms


শুভ ৰাতিপুৱা বন্ধু । আশাকৰোঁ তোমাৰ আজিৰ দিনটো যাতে ভালে ভালে যায়।

assamese good morning sms

মূৰ্খ মানুহৰ মূৰ্খামিৰ বাবে
সমাজ ধ্বংস নহয় , সমাজ ধ্বংস হয়
শিক্ষিত মানুহৰ মূৰ্খামিৰ বাবে ।

🙏 সুপ্ৰভাত 🙏


good morning wishes in assamese


good morning messages for friends with pictures in Assamese


funny good morning messages for friends

good morning quotes for a special friend


heart touching good morning messages for friends in assamese


good morning in assamese images


সন্তানক উপহাৰ নিদিলে কিছু সময়ৰ বাবে ঠেহ পাতিব বা কান্দিব, কিন্তু সংস্কাৰ নিদিলে আজীৱন নিজেও কান্দিব আৰু আনকো কন্দুৱাব ।

সুপ্ৰভাত ❣



assamese good morning status


assamese good morning shayari for whatsapp



assamese good morning sms



good morning wishes in assamese

শুভ ৰাতিপুৱা শুভেচ্ছা বাণী

সুপ্ৰভাত বাৰ্তা

শুভ ৰাতিপুৱা মেচেজ






== শ্বেয়াৰ কৰক ==

Post a Comment

10 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)