![Android Developer in Assam](https://1.bp.blogspot.com/-N7OOpET5BwE/XqWXNOYbr-I/AAAAAAAACsg/Agm-9ea-Y-AKSeIZyvnuo7fKgukWH8yXgCLcBGAsYHQ/s1600/Assamese-love-shayari-app.jpg)
ইংৰাজী নৱবৰ্ষৰ 2019 শুভকামনা ইমেজ
2019 New Year Greetings in Assamese... ইংৰাজী নৱবৰ্ষৰ 2019 শুভকামনা ইমেজ... ইংৰাজী নৱবৰ্ষৰ লিখন অসমীয়াত... নতুন বছৰৰ শুভেচ্ছা...Assamese Happy New Year Status
*আপোনালৈ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।।*
*নতুন বছৰত প্ৰতিটো সপোন বাস্তৱায়িত কৰাত ভগৱানে সহায় কৰক..*
*পুৱাবেলা সূৰুযৰ ৰাঙলী ৰহনে পৃথিৱীৰ আন্ধাৰ নাশ কৰাৰ দৰে আপোনাৰো জীৱনৰ অমানিশা বিলাক নাশ কৰি জীৱনৰ প্ৰতিটো পল একাজলী হাঁহিৰে উপচি পৰক...*
*তাৰ কামনাৰে*....💐💐💐
BIJIT KALITA
আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । অনাগত দিনবোৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ ,শান্তি আনন্দৰ বতৰা ।
২০১৯ বৰ্ষ হওঁক আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ প্ৰত্যেক জন ব্যক্তিৰ বাবে প্ৰাপ্তি , সাফল্য আৰু সমৃদ্ধিৰ বছৰ।
বিজিত কলিতা
চমুকৈ কৈছো- happy new year...
বিচৰা ধৰণে বছৰটো যাওক।
নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছাৰে
- নৱ
নতুন বছৰৰ
শুভেচ্ছা জনালোঁ
তোমাৰ জীবন
সুখেৰে ভৰিপৰক
তাৰেই কামনাৰে
(অঙ্কুৰ)
ইংৰাজী নৱবৰ্ষৰ অলেখ শুভকামনা যাচিলো ....…..........আশা কৰো আগন্তুক বৰ্ষটো উচাহ উদ্দীপনাৰে ভৰি পৰক
আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷আশা কৰো নতুন বছৰটিয়ে সকলোলৈকে কঢ়িয়াই আনক সুখ,শান্তি আৰু সু-স্বাস্থ্য গৰাকী৷
# Bijit Kalita #❤❤❤
নিৰাশা বোৰ নাইকিয়া হৈ আশো বোৰ পূৰণ হওঁক 😘
সাঁচি থোৱা প্ৰতিটো সপোন পলকতে বাস্তৱ ৰূপ হওঁত 😌
আৰু এই নতুন বছৰটিয়ে আপোনাৰ বাবে কঢ়িয়াই আনক আনন্দ আৰু সুখৰ বন্যা 😗
তাৰেই কামনাৰে আপোনাক লগতে আপোনাৰ পৰিয়াললৈ নবৱৰ্ষৰ শুভেচ্ছা জনালোঁ 😘😘
নতুন বছৰৰ শুভেচ্ছা ২০১৯
সমুহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো৷ নতুন বছৰে কঢ়িয়াই আনক সুখ,শান্তি আৰু সমৃদ্ধিৰ বতৰা৷
তাৰেই কামনা কৰিছো ।।
-বিজিত কলিতা
আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমুহ সদস্যলৈ ইংৰাজী নববৰ্ষ ২০১৯ চনৰ আগতীয়াকৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন
ধন্যবাদেৰে.........বিজিত কলিতা
"পুৰণিক বিদায় আৰু নতুনক আদৰণি"👈🏻প্ৰকৃতিৰ নিয়ম | দিন যায় ৰাতি বাগৰে | এনেদৰেই এটা এটা বছৰ বাগৰি যায় | মাথো দি যায় কিছুমান অভিজ্ঞতা আৰু তিতা-মিঠা অনুভূতি | হাহি কান্দোনৰ মাজতেই সফলতা লাভ কৰাটোৱেটো জীৱন l
প্ৰকৃতিৰ নিয়ম সাৰোগত কৰি ইংৰাজী "2018" বৰ্ষটোক এটি মিঠা হাহিৰে☺👈🏻 বিদায় দিও আহকচোন l "2018" ধন্যবাদ তোমালৈl মোৰ জীৱনত তোমাৰ অৱদান সীমাহীন l🙏🙏🙏🙏
মোৰ শিক্ষাগুৰু,বন্ধু-বান্ধবী,দাদা-বা,ভাইটি-ভন্টি আৰু মোৰ আত্মীয় সকলোলৈকে আগন্তুক ইংৰাজী নববৰ্ষ "2019"ৰ হিয়াভৰা শুভেচ্চা জ্ঞাপন কৰিছোlআগন্তুক বৰ্ষত আপোনালোকৰ প্ৰয়োজনীয় সুখখিনি যোগ, দুখবোৰ বিয়োগ,আশাবোৰ পূৰণ আৰু বিফলতাবোৰ হৰণ হওক আৰু জীবনত সফলতাৰ জখলা বগাবলৈ সক্ষম হওক তাৰেই কামনা কৰিলো l 🙏🙏
❤HAPPY NEW YEAR 2k19❤
জিতুল বৰা
জামুগুৰিহাট,শোণিতপুৰ
নৱবৰ্ষৰ শুভেচ্ছা যাছিলো । নতুন বছৰটোৱে কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বতৰা । এই কামনাৰেই ।
HAPPY NEW YEAR 2019
Happy New year 2019 text message in Assamese
নতুন বছৰৰ শুভেচ্ছা থাকিল ।
এই বছৰটোৱে যেন
সকলোৰে বাবে সুখ
আৰু আনন্দ কঢ়িয়াই আনে ।😄😄
Happy New year in Assamese
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgw81wJT9Rxcaj3ersI4he7UW2rHJxduX3s6XWE1GiiFxwUMpiA1v-o6l-3tts5agVLkKj-tWnoVS_ntxFbkZjm9X7dXgXeh8DgdmznpwEQsLSbaNvbIZ5Jb-mIyNkcr3hHFBYiFw4KjVKM/s1600/happy+new+year+in+assamese+language+.jpg)
আজি বছৰৰ শেষ দিন
যদি মই কিবাকিবি বেয়াকে কৈছিলো বেয়া নাপাবা
নিজৰ বুলি ক্ষমা কৰি দিবা..জীৱনটো হৈছে দুদিনিয়া
গতিকে সেইবোৰ ধৰি নাথাকিবা দেই
নতুন বছৰ আহিছে নতুন উদ্যম লৈ আগ বাঢি জুবা
আগৰ বছৰত কি হল চিন্তা নকৰিবা
কোনো নাথাকিলেয়ো মই সদায় আছো তোমাৰ লগত
Hpy 31st and last sundy of the yr...
😘😘।।
আৰু সদায় হাঁহি থাকিবা😘😘
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgOXhEY2X5ffhHWSMnk0Re6GS74Z2Sc3pX_f6PbAqBVsMC5IauEbJ_WsqBk2KvPUp2tpyLbZ7jZvXtTRPHIDO0webuMOOax9pethGco93B2ihGYuIKHx97B0NVVMdQG-4v1mJHrmWgOP1Qx/s1600/happy+new+year+assamese+2019.jpg)
Happy new year assamese quotes
আশা - নিৰাশা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ আলেশ স্মৃতি বুকুত লৈ আমি থিয় হৈচুহি এটি নতুন বছৰৰ আদৰণি তোৰনৰ সন্মুখত । আগন্তক নতুন বছৰটোৱে আপোনালোকৰ জীৱনৰ সকলো আশা আকাংক্ষা পূৰন কৰি জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ বৰ্ষ হিচাপে প্ৰতিফলিত কৰক তাৰে কামনাৰে ……
নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg4a1ZjDXg2NSlc-xVvx2UKHgek1kwJ4PgRiqTp0Py4Zksrl7r0sVf3qKwhHPe19xqKQ3sFnitAsBb3eMnsjcM78JsVa0U3g9jRHW5Ggbf-Es8sV7vlc59oYz0lAkg7zIEbP5-8FDme5tGN/s1600/happy+new+year+assamese+image+.jpg)
Assamese Happy new year 2019 Poem
শুভ নৱবৰ্ষ 2019
পুৰনিক পাহৰি
নতুনক আদৰাৰ হেপাহত
নৱবৰ্ষৰ প্ৰতিটো দিন
জীপাল কৰো আহক !
নৱবৰ্ষৰ প্ৰতিটো দিনেই,
সফলতাৰ ফাকু চতিয়াই,
ৰঙীন কৰি তোলক
আপোনাৰ সপোন !
নতুন বছৰত নতুন আশাৰে,
প্ৰতিটো দিন, প্ৰতিটো ক্ষন,
সুখৰ হওঁক
সফলতাৰে ভৰি পৰক
তাৰে কামনাৰে,
আপোনালোক সকলোলৈকে
নতুন বছৰৰ আন্তৰিক শুভেচ্ছা
যাচিলোঁ !!!
শুভ নৱবৰ্ষ 2019 !!
:: Read Also ::
➡️জন্মদিনৰ শুভেচ্ছা বাণী অসমীয়াত । Happy birthday quotes in Assamese.➡️শুভ ৰাতিপুৱা শুভেচ্ছা বাণী । Assamese good morning image and Quotes in assamese
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEicq3WNVOp8EZg4oa5gwp_Lymp9RnFzcdjgkHO6oopgVMk7MW2GuA4QibGIVAP2nUjU-mF88gmdKWN7cF7fcOz8GNFKvpyZEJqlc6hvvGwA3vRvfetkFK6QzVpWuyBO2lc2NRNtPJVUw-h6/s1600/happy+new+year+2019+assamese+image.jpg)
Latest Happy New year quotes in asassames
Hi! কি খবৰ তোমাৰ? আশা কৰো ভালে আছা। তেন্তে মই ভালে নাই। মোৰ শৰীৰ দিনক দিনে দুৰ্বল হয় গৈ আছে। Doctorক দেখুৱাব গৈছিলোঁ। কিন্তু Doctorয়ে Report চাই মোক কলে হেনো মই আৰু এই পৃথিৱীত বেছি দিন জীয়াই নাথাকো।মাত্ৰ 30 দিন থাকিম।মই বাকৰুদ্ধ হৈ পৰিলো। অজানিতে যদি মোৰ কিবা ভুল হৈছিল ক্ষমা কৰি দিবা।মই গুছি যোৱাৰ পিছত মোক তুমি কেতিয়াবা Miss কৰিবা।মই কোন জানানে? মোৰ নাম "2018"।আৰু 30 দিন পিছত মই বিদায় লম। গতিকে আগতীয়াকৈ তোমাক নৱ বৰ্ষৰ শুভ কামনা জনালো।"Wish you many many HAPPY NEW YEAR 2019".ভাল লাগিলে তোমাৰ আপোন জনক share কৰিবা।
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh_LnYlwiV3MbnCPDBYWcnVhsF65ePOu0SbUzKfQ06t-fNULTYpn83mAIV3T4yW7cUlnZyHJV9faXrpRzeK27J576xf1lkggha4rxAav8J4AGtA6ZQ9CWYV0jxBnZ7VX9P2DVV9HN8EjNeJ/s1600/how+to+say+happy+new+year+in+assamese+language.jpg)
Best Assamese happy new year wishes for lovers
New year 2019 status in Assamese
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi9O2xxx_IfV8xNme-vDt8-ckipvtAste4D6OVrpTSOhW2z-w1uNPf5K04KAtRKsXNs8R3cqX6sg_D3Zm2fPC4DR5fyVOPTxxYpTldp8BMp-tb1fBZd3Fve-dMVLmgqU1ueTmgGHSN19fJc/s1600/2019+assamese+happy+new+year.jpg)
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh1jHhr_73sCMQePL_EQY5_FB-j5A2oxc0NhhP95YBBFv4jJHldouGQSMgkUhAa3qsOXyyM8eURlYfgyZWh8LCoIQlxMcWfBOYHqVN1VfgkM424NfmLDsNGBCR5aEU_cSfHSzUWYHLFiwT7/s1600/%25E0%25A6%25A8%25E0%25A7%25B1%25E0%25A6%25AC%25E0%25A7%25B0%25E0%25A7%258D%25E0%25A6%25B7%25E0%25A7%25B0+%25E0%25A6%25B6%25E0%25A7%2581%25E0%25A6%25AD%25E0%25A7%2587%25E0%25A6%259A%25E0%25A7%258D%25E0%25A6%259B%25E0%25A6%25BE.jpg)
Happy New year 2019 status for Facebook in Assamese
জীৱনৰ ৰং (তথ্যবাৰ্ত্তা)
আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো আপোনাৰ জীৱনত দুবাৰ নেপায়।কাৰন এই মাহতোত দেওবাৰ----4টা
সোমবাৰ----4টা
মঙ্গলবাৰ ---4টা
বুধবাৰ----- 4টা
বৃহস্পতিবাৰ---4টা
শুক্ৰবাৰ----4টা
আৰুশনিবাৰ 4টা।
এইটো ঘটে প্ৰত্যেক 823 বছৰৰ মূৰত আৰু সেইবাবে ইয়াক ধনটোপোলা বুলি কোৱা হয়।সেইবাবে এই মেচেজটো অতি কমেও 5টা গোটৰ 5 জন সদস্যলৈ প্ৰেৰন কৰক,যাতে ধন আহি 4 দিনৰ ভিতৰত পায়।এই মেচেজটো পঢ়াৰ 11 মিনিটৰ ভিতৰত পঠিয়াব।(এইটো চাইনিজ ফেংচুইৰ মতবাদ মতে দিয়া হৈছে।)
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiPHWduvI6nLjkgiY2mRlxyBcheaAVtKSl7i5OWocyyHpR93FFMuSlwlm9n2fNo5iaBsj885PeRqsKnJ6WBkxVWlNVarFpyWAxYPFpwnHkPekQDSmr0EsLcOOppouM65VSVJstCSpa3Mty0/s1600/Assamese+quotes+new+year+.jpg)
😘😚😘😚😘😚
🍸🍸🍸🍸🍸🍸
Happy New Year
🌟。❤。😉。🍀
。✨ 。🎉。🌟
✨。\|/。💫
Happy New Year
🌟。/|\。🍻
。🍀。 🍸。🎉。
🌟。 💫。 🎶 💥
Happy New Year!
😄😃☺😉😁😌
Good Luck To U 🎄
🐓🔪
🍻🍺🍸🍷🍷🍷🍷🍗🍖🍗🍖🍗
2019 Happy New year images in Assamese language
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjqYmq1wRnQAckzh0aFsEwvPHyz8qz6mHq3lXLZlL340uy44KUY2BU_WDOXhnZvCcgiLOjhY91NDSpLJw0Ab2zQZ9zpwOLeQaYm-rDr8GIceT4sPS3VkoDPjsyHoUDCo5ZeTpgrQhQFChHq/s1600/2019+assamese+image.jpg)
happy new year 2019 status in Assamese
ইংৰাজী নৱবৰ্ষৰ 2019 শুভকামনা ইমেজ
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhFEXrJxt8Z9GoneLAjrBdgKHm2NYZ-KzwKbrosujO9SDZErALqitWck-fxy0deN_3gBmyGeIOuuQs2mKTrtWyxzy6wBmMD9zcViimiJd3h6rMIZdLAZ3oRxMFMdTnekvXA8AmUOXJJ9nBp/s1600/happy+new+year+assamese+sms.jpg)
Assamese new year status
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi9P18y-lTghyphenhyphen0FL-sD_UyV-0d1bHxTjbAfNdf0af9aWo38V1lgkIwkqhafGkA1Xm4TYbiqnIipoe3TWxi05-iRNtujVsqQQ0Lxxu3CHaymjo4e_15Wc-M6ut9IR7woCffepfkUKoKFhiGo/s1600/%25E0%25A6%2585%25E0%25A6%25B8%25E0%25A6%25AE%25E0%25A7%2580%25E0%25A6%25AF%25E0%25A6%25BC%25E0%25A6%25BE+%25E0%25A6%25A8%25E0%25A7%25B1%25E0%25A6%25AC%25E0%25A7%25B0%25E0%25A7%258D%25E0%25A6%25B7+%25E0%25A7%25A8%25E0%25A7%25A6%25E0%25A7%25A7%25E0%25A7%25AF.jpg)
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiaCG-G0S_tFRw6Ms6x60maTdBwbeBU-3F7uhK4WKKsgOfH6CphB5XRQKBEWx6jzSFpw2SndRzxrWpOh71XSzwvWWLtHAs1saa2sdu62U4PQtF418EChFBezq8BrEiYcIugSZZ-evznLJfJ/s1600/Assamese+whatsapp+status+quote.jpg)
![Happy New Year 2019 status, quotes, messages in Assamese](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg-YrjR80keq4JmiSiBpJRPJggPjO60RxpjbKsZ8TyMZN0rSUTdiIw0V8KcQYUdiJadY3kENZU100CBVsdikDofBz4HtwRUfw2AMC0jE3o4HNqd40pDAlkNOv7s2ZYgUVm17fIHeWG8fAnR/s1600/happy+new+year+2019+wishes.jpg)
Assamese happy new year 2019 message
"মাছক" "English"-ত কয়,,,,,,,
"""""""""""""""""""
🐟Fish🐠
"""""""""""""""""""
🐬🐳🐋🐡
"মই তোমাক বহুত কৰো"
"""""""""""""""""
😐Miss😚
"""""""""""""""""
🙂🙃☺😝
"মই থাকোতে আগতে তোমাক যেন কোনেও নকৰে",,,,,,,,
"""""""""""""""""
🎀Wish🎀
"""""""""""""""""
🎀🎀🎀🎀
"সেইকাৰণে _*49*_ দিন আগতে মই তোমাক কৰিছো"
""""""""""""""""
🎀Wish🎀
""""""""""""""""
"""""""""""""""""
💗💗💗💗
"Happy"
"New"
"Year"
''2019''
💝💝💝💝
"""""""""""""""""""
💘💘💘💘
"TO U,,ALL AND"
"YOUR"
"FAMILY"
💛💛💛💛
"""""""""""""""""""
"""""""""""""""""""
❣❣❣❣
"""""""""""""""""
""Order""
""Order""
""Order""
"""""""""""""""""
,,,,
❤
,,,,,
💛
,,,,,
💚
,,,,,
💙
,,,,,,
💔
,,,,,,
💘
,,,,,
💜
,,,,,,
❣
,,,,,
💕
,,,,,
💞
,,,,,
💓
,,,,,
💗
,,,,
💝
,,,,,
💖
,,,,
💟
""""""""""""""""""""""""""" "কিছুমান প্ৰমাণৰ লগত "
"তোমাক"
"""""""""""""""""""""""""""
এই
"""""""""""
আদালত
"""""""""""
""তোমাক""
0 1/01/2019
তাৰিখ
অনুযায়ী
""""""""""""""""""""""""""
,,,,,
,,,,,
,,,,,,,
,,,,,,,
""""" _*49*_ দিনৰ আগতে """""""
""""""""""""""""""""""""""""""
""''''''''Happy''''''''
''''''''' New'''''''''' ''''''''''''''''''''''Year''''''''''''''''''
''''''''''''2019'''''''''''''''''
💝💝💝💝
'''''' শাস্তি '''''
""""""""অনুযায়ী""''""""""' """"""তোমাক""""""""""
,,,গোটেই বছৰ,,,,
,,,,সুখেৰে,,,,
,,,,থকাৰ,,,,,,
,,,,,,আশীর্বাদৰ ,,,,,,
,,,,লগতে """"""""
🌻নতুন বছৰৰ
"""""""" শুভকামনা ,,,,,,,
🌻🌻🌻🌻
🌷🌷🌷🌷
""""""""""""""""""""""""
,,,,আশা,,
,,কৰি,,
,,কোনেও,,
,,তোমাক ,,
,,এইদৰে ,,
,,কেতিয়াও,,
,,যাতে,,
,,wish,,
,,কৰা,,
,,নাই,,
,,,,,,,,,,,,,,,,,,,,,,,,,
🌴🌴🌴🌴
,,,,,,,,,,,,,,,,,,,,,,,,,,
💖💖💖💖
'''''''''''''''''''''''''''''''''''''''''
........Soooooooo........
..............
Dil se
''''''''''''''''''''''''''''''
💛 Dil 💚
❤ Se ❤
💛 I 💚
💙 Wish 💙
💜 U 💜
❤ Happy ❤
❣ NEW❣
❣ YEAR ❣
💕 Day 💕
💞 1 💞
💓 1 💓
💗 2019💗
💖 In 💖
💘Advanc💘
💝 Ur 💝
💟 Family 💟
🙏🌺 HAPPY 🙏🌸
🙏🏻 NEW 🙏🏻
🙏🏻 YEAR 🙏🏻
🙏🌸 2019 🙏🌸
🙏🌷 ..... 🙏🌷
🙏@UN@🙏
🙏🌻Happy..🌻🙏
🙏 🙏🏻
🌹 Happy New Year 2019🌹
2019 happy new year message in Assamese
assamese happy new year 2019 quotes
0 Comments