NEW!Assamese Video StatusInstall

Bhogali Bihu wish in Assamese language 2019

Android Developer in Assam


Bhogali Bihu wish in Assamese language 2019...

মাঘ বিহুৰ sms


*নিয়ৰ সৰা গধুলি*
*মাঘ মাহৰ জাননী*
*মেজিৰ তলৰ ধেমালি *
*চোৱা আহি পালে ভোগালি *
।। ভোগালি বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলো ।। 


ভোগালী বিহুৰ শুভেচ্ছা জনালো।

সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো। 

bhogali bihu sms in assamese language

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে

মোৰ ৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।
সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে ...


সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ।‌


ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে সুপ্ৰভাত.....অসম।

ভোগালী বিহুৰ শুভেচ্ছা যাচিলো |


ভোগালী বিহুৰ শুভেচ্ছাৰে.........


মেজিৰ পৱিত্র জুইয়ে তোমাৰ হৄদয় উমাল কৰি তোলক ।
ভোগালী মাঘৰ মেজি, পিঠ-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক ।
ভোগালীৰ ভেলাঘৰ, উৰূকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওক |
ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।



ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো"""""


সকলোকে ভোগালী বিহুৰ ওলগ জনালো আগতীয়াকৈ

সুপ্ৰভাত ..
মোৰ সমূহ বন্ধু, বান্ধৱীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ...

সুপ্ৰভাত সকলোলৈকে ,লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ......

জীৱনৰ ৰং গ্ৰুপৰ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো। সকলোৰে পেটবোৰ ভালে থাকে যেন যাতে বাহঁনি, ঘাহঁনি আদিলৈ দৌৰিব লগা নহয়।

ভোগালী বিহুৰ শুভেচ্ছাৰে | সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক.....


আগন্তক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো



ভোগালী বিহুৰ শুভেচ্ছা ফটো









== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments